পোস্টগুলি

আগস্ট, ২০১৮ থেকে পোস্টগুলি দেখানো হচ্ছে
""""মই বেয়া পাওঁ""""""         ( এবাৰ হ'লেও পঢ়িব)     মই বেয়া পাওঁ Mother's day , Valentine's day , Teacher's day, women's day, Father's day Friendship day etc.    প্ৰথমে Mother's day ৰ কথাই উল্লেখ কৰিলোঁ-  সেইদিনা মাতৃ সকলক যি ধৰণৰ মৰম শ্ৰদ্ধা কৰা হয় , সেয়া বাস্তৱত বিৰল।  যেনেকৈ আমি সন্তানসকলে মাকৰ পৰা মৰম , ভালপোৱা পাবলৈ কোনো দিন বা দিৱসৰ প্ৰয়োজন আশা নকৰোঁ বা সেই দিনটোৰ বাবে বাট চাই নাথাকোঁ তদ্ৰুপ মাতৃসকলেও সন্তানৰ পৰা মৰম ভালপোৱা পাবৰ বাবে কোনো দিন বা দিৱসৰ বাবে বাট চাই নাথাকে বা সেই দিন দিৱসৰ প্ৰয়োজন নাই। মাতৃ সকলে বিচাৰে যাতে সন্তানসকলে প্ৰত্যেক দিনাই মৰম কৰে, শ্ৰদ্ধা কৰে। "Valentine's day" এই দিৱসত পাশ্চাত্যৰ মানুহে যি অশ্লীল অপকৰ্ম কৰি অহা দেখা যায় সেয়া ভাল জাতিৰ বাবে শুভ লক্ষণ নহয়; কিন্তু দুখৰ বিষয় যে সেইবোৰ চাই প্ৰাচ্যৰ  মানুহেও এই অশ্লীল কৰ্মত অভ্যস্ত হৈ আছে আৰু নিজৰ কলা সংস্কৃতিক বিসৰ্জন বা জলাঞ্জলি দি আছে । এই দিনতে বহুতো ছোৱালীৰ অমূল্য সম্পদ হেৰায়। যি সম্পদৰ মূল্য আন কোনো  মূল...